ৱিকিউৎস:কেন্দ্ৰীয় আলোচনা
| সমজুৱা পৃষ্ঠা | কেন্দ্ৰীয় আলোচনা | সংৰক্ষিত আলোচনা |
অসমীয়া ৱিকিউৎস সমাজৰ আলোচনা কক্ষলৈ আপোনাক আদৰিছোঁ। এই পৃষ্ঠাত ৱিকিউৎস সম্বন্ধীয় নীতি-নিৰ্দেশনা, পৰিচালনা আদি বিভিন্ন বিষয়ৰ সম্পৰ্কে আলোচনা কৰা হয়। পঢ়ুৱৈ বা সংকলকৰ ৱিকিউৎসৰ বিষয়ক কিবা ক'বলগীয়া থাকিলে এই পৃষ্ঠাত লিখিব পাৰে।
|
সংৰক্ষিত পাঠ |
|---|
Invitation to Participate in the Wikimedia SAARC Conference Community Engagement Survey
[সম্পাদনা কৰক]Dear Community Members,
I hope this message finds you well. Please excuse the use of English; we encourage translations into your local languages to ensure inclusivity.
We are conducting a Community Engagement Survey to assess the sentiments, needs, and interests of South Asian Wikimedia communities in organizing the inaugural Wikimedia SAARC Regional Conference, proposed to be held in Kathmandu, Nepal.
This initiative aims to bring together participants from eight nations to collaborate towards shared goals. Your insights will play a vital role in shaping the event's focus, identifying priorities, and guiding the strategic planning for this landmark conference.
Survey Link: https://forms.gle/en8qSuCvaSxQVD7K6
We kindly request you to dedicate a few moments to complete the survey. Your feedback will significantly contribute to ensuring this conference addresses the community's needs and aspirations.
Deadline to Submit the Survey: 20 January 2025
Your participation is crucial in shaping the future of the Wikimedia SAARC community and fostering regional collaboration. Thank you for your time and valuable input.
Warm regards,
Biplab Anand
ৱিকিউৎস অনলাইন কৰ্মশালা
[সম্পাদনা কৰক]ৱিকিউৎসত আপল'ড কৰা কিছু জটিল অংক বিষয়ক কিতাপ মুদ্ৰণ সংশোধন কৰিবলৈ অসমীয়া ৱিকিউৎসত জানুৱাৰী ১৬ তাৰিখৰপৰা ফেব্ৰুৱাৰী ১৬ তাৰিখলৈ এটি অনলাইন ৱিকিউৎস কৰ্মশালা ৰখা হৈছে। এই কৰ্মশালাৰ নাম ৰখা হৈছে হাতে-কামে শিকোঁ-১। অসমীয়া ৱিকিউৎসত সক্ৰিয় সদস্য সংখ্যা বঢ়োৱাৰ উদ্দেশ্যেৰে আয়োজন কৰা এমাহ জোৰা এই কৰ্মশালাটিৰ প্ৰশিক্ষক ৰূপে দুগৰাকী সন্মানীয় ৱিকিমিডিয়ানৰ থাকিব। এইটো এটা Cross-wiki Collaboration Project ৰূপে কৰা হ'ব, যাৰ উদ্দেশ্যে অসমীয়া ৱিকিউৎস আৰু ৱিকিউৎসৰ অৱদানকাৰীসকলক সক্ৰিয় কৰা। ইচ্ছুক ৱিকিমিডিয়ানসকলে তলত চহী কৰি নিজৰ সন্মতি প্ৰকাশ কৰিব পাৰিব।
বিনয়েৰে, JyotiPN (বাৰ্তা) ২২:৫৩, ৯ জানুৱাৰী ২০২৬ (IST)
ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতা সম্পৰ্কত
[সম্পাদনা কৰক]কিতাপ স্কেন কৰিবলৈ মই ৰাতিপুৱাই ব্ৰেকফাষ্ট খাই ওলাই যাওঁ, আবেলি ৪/৫টাত আহি ঘৰত ভাত খাওঁহি। কেতিয়াবা ঘৰৰপৰা চাহ কৰি নিওঁ। কেতিয়াবা বেছি লৰালৰি হ'লে নিয়া নহয়। কেতিয়াবা আমাৰ লগত স্কেন কৰি থকা ল'ৰাজনৰ মাকে চাহ কৰি দি পঠায়। তেওঁ সাত কিলোমিটাৰ দূৰৰপৰা এই প্ৰজেক্টটোত কাম কৰিবলৈ আহে। প্ৰজেক্টটোৰ গ্ৰাণ্টৰ বাবে ৰাতিটোৰ ভিতৰতে এপ্লিকেচন লিখাৰ পৰা বিভিন্ন জনৰ লগত কম্যুনিকেট কৰি কামটো আৰম্ভ কৰি স্কেনিং প্ৰছেছিং কৰি থকালৈকে যিখিনি কষ্ট হৈছে, আশা কৰিছিলোঁ, কম্যুনিটিৰে কিবা এটা ভাল হৈছে বুলি সকলোৱে সহৃদয়তাৰে চাব। কিন্তু, ৱাটচ আপ গ্ৰুপত সদস্য:নয়মজ্যোতি নাথৰ চাণক্যই প্ৰস্তাৱ দিলে কাৰণেহে বেছি চহী আহিল বুলি উপলুঙা কৰাৰ পৰা গীতাৰ্থ বৰদলৈক কিয় জাজ হোৱাৰ পৰা আঁতৰাই দিয়া হ'ল (https://as.wikisource.org/wiki/ৱিকিউৎস:কেন্দ্ৰীয়_আলোচনা#অসমীয়া_ৱিকিউৎসত_১৫_দিনীয়া_প্ৰুফৰিডাথন) বুলি অভিযোগ কৰা, সুন্দৰকৈ আৰম্ভ হোৱা এডিটাথনটোত ইমানকেইখন কিতাপ ৰৈ যোৱা স্বত্বেও আন এজনক কৰিবলৈ নিদিয়াকৈ কিতাপ লৈ টনা-আজোৰা কৰা। এই সৰু ল'ৰা-ছোৱালীৰ দৰে কাজিয়াবোৰৰ কথা লৈ মোক ব্যক্তিগত ভাৱে সময়ে-অসময়ে ফ'ন কৰি, মেজেজ কৰি দিগদাৰি কৰি থকাৰ উপৰিও নিয়মক লৈ প্ৰশ্ন কৰি কৰি যি ধৰণৰ এটা বেমেজালিৰ সৃষ্টি কৰা হৈছে। এই সকলোবোৰ দেখি মই বাৰুকৈয়ে হতাশ হৈছোঁ। মোতকৈ বয়সত ডাঙৰ, মোৰ সমবয়সীয়া মানুহখিনিৰ মাজতো কেতিয়াবা নিজকে হাইস্কুলত পঢ়ি থকা ল'ৰা-ছোৱালী এজাকৰ মাজত থকা যেন লগা হৈছে। এনেকৈ কাম কৰি থকাটো অসম্ভৱেই নহয়, কষ্টদায়কো।
আমি প্ৰজেক্টটোত দুটা মুদ্ৰণ সংশোধনৰ প্ৰতিযোগিতা ধৰিছিলোঁ। কিন্তু এনে পৰিৱেশত দ্বিতীয়টো কৰিব পৰা নহ'ব। হৈ থকা ঘটনাবোৰলৈ লক্ষ্য কৰি এই সংশোধনৰপৰা নিৰ্দিষ্ট কেইজনমানক নিৰ্বাচন কৰি দ্বিতীয় সংশোধন প্ৰতিযোগিতা পতাৰ পৰিকল্পনা কৰা হৈছে।
JyotiPN (বাৰ্তা) ১৬:৫৬, ১২ জানুৱাৰী ২০২৬ (IST)
Annual review of the Universal Code of Conduct and Enforcement Guidelines
[সম্পাদনা কৰক]I am writing to you to let you know the annual review period for the Universal Code of Conduct and Enforcement Guidelines is open now. You can make suggestions for changes through 9 February 2026. This is the first step of several to be taken for the annual review. Read more information and find a conversation to join on the UCoC page on Meta.
The Universal Code of Conduct Coordinating Committee (U4C) is a global group dedicated to providing an equitable and consistent implementation of the UCoC. This annual review was planned and implemented by the U4C. For more information and the responsibilities of the U4C, you may review the U4C Charter.
Please share this information with other members in your community wherever else might be appropriate.
-- In cooperation with the U4C, Keegan (WMF) (talk)
০২:৩২, ২০ জানুৱাৰী ২০২৬ (IST)
ডিজিটাইজেচন আৰু উচ্চতৰ অসমীয়া ৱিকিউৎস কৰ্মশালাৰ অংশগ্ৰহণকাৰী
[সম্পাদনা কৰক]প্ৰিয় সতীৰ্থসকল,
আপোনালোকে ইতিমধ্যে গম পাইছে যে, ৱিকিমিডিয়া ফাউণ্ডেচনৰপৰা লাভ কৰা পুঁজিৰ সহায়েৰে ২০২৬ চনৰ ৮ মাৰ্চ তাৰিখে গুৱাহাটীত এখন উচ্চতৰ অসমীয়া ৱিকিউৎস কৰ্মশালা আয়োজন কৰা হৈছে। আমি বাজেট দাখিল কৰোঁতে ১০ গৰাকী দক্ষ আৰু সক্ৰিয় ৱিকিউৎস সম্পাদকক লৈ এই কৰ্মশালাখন অনুষ্ঠিত কৰাৰ কথা ভাবিছিলোঁ যদিও শেহতীয়াকৈ ৱিকিউৎসৰ বৰ্তমানৰ সক্ৰিয়তা, ৱিকিমিডিয়ানৰূপে আগ্ৰহ, অনুসন্ধিৎসা আৰু শেহতীয়াকৈ আয়োজিত দুখন প্ৰতিযোগিতাৰ ফলাফলৰ ভিত্তিত ১৫গৰাকীতকৈ বেছি অংশগ্ৰহণকাৰীক লৈ অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কথা ভবা হৈছে। সেয়ে, এই সংক্ষিপ্ত বাৰ্তাৰ জৰিয়তে আপোনালোকক অনুষ্ঠানত উপস্থিত থাকিবলৈ সবিনয়ে আমন্ত্ৰণ জনালোঁ। আশাকৰোঁ পৰৱৰ্তী যোগাযোগৰ বাবে এই বাৰ্তাৰ তলতে আপোনাসৱৰ নামৰ বিপৰীতে নিজা ইমেইল ঠিকনা প্ৰেৰণ কৰিব। প্ৰতিগৰাকী মাননীয় অংশগ্ৰহণকাৰীৰ বাবে অনুষ্ঠানত থকা-খোৱা আৰু সামান্য যাতায়তৰ খৰছৰ ব্যৱস্থা কৰা হৈছে।
- গীতাৰ্থ বৰদলৈ ( বিচাৰক, মুদ্ৰণ সংশোধন প্ৰতিযোগিতা, স্থায়ী প্ৰশাসক:অসমীয়া ৱিকিউৎস )
- দিব্য দত্ত (বিচাৰক, মুদ্ৰণ সংশোধন প্ৰতিযোগিতা, কাৰিকৰী বিশেষজ্ঞ:অসমীয়া ৱিকিউৎস)
- বাবুল বৈশ্য (ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ ফলাফলৰ ভিত্তিত, ১ম স্থান)
- নৰুনা বৰুৱা (ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ ফলাফলৰ ভিত্তিত, ২য় স্থান, ৱিকিপিডিয়া এছিয়ান মাহ, ১ম স্থান)
- হানিফ আলী (ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ ফলাফলৰ ভিত্তিত, ৩য় স্থান)
- সুস্মিতা লেখাৰু (ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ ফলাফলৰ ভিত্তিত, প্ৰেৰণাদায়ী বঁটা)
- জ্যোতি চিৰিং (ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ ফলাফলৰ ভিত্তিত, প্ৰেৰণাদায়ী বঁটা, ৱিকিউৎসৰ সক্ৰিয়তা)
- নিপন নিয়ৰ শেনছোৱা (ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ ফলাফলৰ ভিত্তিত, প্ৰেৰণাদায়ী বঁটা)
- পৱন বৰ্মন (ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ ফলাফলৰ ভিত্তিত, প্ৰেৰণাদায়ী বঁটা)
- কন্দৰ্পজিৎ কল্লোল (ৱিকিপিডিয়া এছিয়ান মাহ,২০২৫; ১ম স্থান)
- দিম্পল দাস (ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৫; ৩য় স্থান)
- ঋষিৰাজ দত্ত (GLAM contributor, Scanning)
- প্ৰয়াসী বৰঠাকুৰ (GLAM contributor, Scanning)
- ঈশান জ্যোতি বৰা (আয়োজক, উচ্চতৰ অসমীয়া ৱিকিউৎস কৰ্মশালা)
- চাণক্য কুমাৰ দাস (আয়োজক, উচ্চতৰ অসমীয়া ৱিকিউৎস কৰ্মশালা)
- প্ৰাণজ্যোতি নাথ (আয়োজক, উচ্চতৰ অসমীয়া ৱিকিউৎস কৰ্মশালা)
বিনয়েৰে,
প্ৰাণজোতি নাথ
JyotiPN (বাৰ্তা) ১১:২৬, ২৫ জানুৱাৰী ২০২৬
উপস্থিতি নিশ্চিতকৰণ
[সম্পাদনা কৰক]- উপস্থিত থাকিম। ইমেইল : pranjyoti.kalita.nath@gmail.com JyotiPN (বাৰ্তা) ১১:২৪, ২৫ জানুৱাৰী ২০২৬ (IST)
- উপস্থিত থাকিম। ইমেইল : dimpaldas08@gmail.com দিম্পল দাস (বাৰ্তা) ০৯:৪৩, ২৭ জানুৱাৰী ২০২৬ (IST)
- উপস্থিত থাকিম। ইমেইল : hanifali232@gmail.com হানিফ আলী (বাৰ্তা) ১২:০৯, ২৭ জানুৱাৰী ২০২৬ (IST)
- উপস্থিত থাকিম।email : jyotichiring@gmail.com Jyoti Chiring (বাৰ্তা) ১২:৫৫, ২৭ জানুৱাৰী ২০২৬ (IST)
- উপস্থিত থাকিবলৈ চেষ্টা কৰিম। ইমেইল : just.nipon@gmail.com নিপন নিয়ৰ শেনছোৱা (বাৰ্তা) ১৩:১২, ২৭ জানুৱাৰী ২০২৬ (IST)
- উপস্থিত থাকিম। ইমেইল : ishanjbora2019@gmail.com Ishanjyotibora (বাৰ্তা) ১৪:২৯, ২৭ জানুৱাৰী ২০২৬ (IST)
- উপস্থিত থাকিম । ইমেইল paban.barman96@gmail.com পৱন বৰ্মন (বাৰ্তা) ১৬:১৫, ২৭ জানুৱাৰী ২০২৬ (IST)
- উপস্থিত থাকিম । ইমেইল : sushmitalekharu@gmail.com Sushmita Lekharu (বাৰ্তা) ১৭:৩৬, ২৭ জানুৱাৰী ২০২৬ (IST)
- উপস্থিত থাকিম। থকাৰ ব্যৱস্থা নালাগে। ইমেইল: gitartha.bordoloi@gmail.com Gitartha.bordoloi (বাৰ্তা) ২৩:১৭, ২৭ জানুৱাৰী ২০২৬ (IST)
- উপস্থিত থাকিম। babulbaishya69@gmail.com Babulbaishya (বাৰ্তা) ১১:২৫, ২৮ জানুৱাৰী ২০২৬ (IST)
- উপস্থিত থাকিম। chanakyakumardas@hotmail.com -chanakyakdas (বাৰ্তা) ১১:৪৭, ৩০ জানুৱাৰী ২০২৬ (IST)
- উপস্থিত থাকিম। ইমেইলঃ proyashi.nrl.jrt@gmail.comপ্ৰয়াসী বৰঠাকুৰ (বাৰ্তা) ১৪:৪৩, ৩০ জানুৱাৰী ২০২৬ (IST)প্ৰয়াসী বৰঠাকুৰ
- উপস্থিত থাকিম নোৱাৰিম। দিব্য দত্ত (বাৰ্তা) ১৬:৪৫, ৩১ জানুৱাৰী ২০২৬ (IST)
- উপস্থিত থাকিম । ইমেইল :rishirajd378@gmail.com Rishiraj Dutta01 (বাৰ্তা) ১৪:০৫, ৯ ফেব্ৰুৱাৰী ২০২৬ (IST)
- উপস্থিত থাকিবলৈ চেষ্টা কৰিম। ইমেইল :narunabaruah@gmail.com নৰুনা বৰুৱা (বাৰ্তা) ১১:১৯, ১৭ ফেব্ৰুৱাৰী ২০২৬ (IST)
মেইল প্ৰেৰণ
[সম্পাদনা কৰক]প্ৰতিগৰাকী সন্মানীয় অংশগ্ৰহণকাৰীলৈ, অহা ৮ মাৰ্চ তাৰিখে গুৱাহাটীৰ হোটেল ৰাজধানী ৰিজেন্সিত অনুষ্ঠিত হ’ব লগা চেলিব্ৰেট ৱুমেন উচ্চতৰ আৱাসিক ৱিকিউৎস কৰ্মশালাৰ স্থান উল্লেখ কৰি মেইল প্ৰেৰণ কৰা হৈছে। ৭ তাৰিখে উপস্থিতি নিশ্চিত কৰাসকলৰ বাবে ৭ তাৰিখৰ সন্ধিয়াৰ চাহ আৰু ৰাতিৰ আহাৰৰ বন্দৱস্ত কৰাৰ লগতে সমল ব্যক্তিসকলৰ সৈতে এটি বাৰ্তালাপ অনুষ্ঠান ৰখা হৈছে। JyotiPN (বাৰ্তা) ২২:৪৪, ৩ মাৰ্চ ২০২৬ (IST)
গ্লেম প্ৰকল্পৰ সৈতে সংগতি ৰাখি ৱিকিউৎস দ্বিতীয়টো মুদ্ৰণ সংশোধন প্ৰতিযোগিতা
[সম্পাদনা কৰক]প্ৰিয় সতীৰ্থসকল,
অঙ্কীয়কৰণ আৰু উচ্চতৰ অসমীয়া ৱিকিউৎস কৰ্মশালাৰ সৈতে সংগতি ৰাখি আমি দুটা ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ বাবে প্ৰস্তাৱ দিছিলোঁ। প্ৰথমটো প্ৰতিযোগিতা সফলতাৰে সমাপ্ত হোৱাৰ পাছত আমি মাৰ্চ মাহৰ ১৫ তাৰিখৰপৰা এপ্ৰিল মাহৰ ১৫ তাৰিখলৈ দ্বিতীয়টো প্ৰতিযোগিতা আয়োজনৰ কথা ভাবিছোঁ। প্ৰতিযোগিতা আয়োজন কৰিবলৈ মই আয়োজক ৰূপে তলৰ ৱিকিমিডিয়ান সকলৰ নাম প্ৰস্তাৱ কৰিলোঁ-
প্ৰতিযোগিতাৰ বিচাৰক ৰূপে
- চাণক্য কুমাৰ দাস
- ঈশানজ্যোতি বৰা নাম প্ৰস্তাৱ কৰিলোঁ।
আপোনালোকৰ সকলোৰে মতামত আৰু সহযোগিতা আশা কৰা হৈছে। কিতাপৰ তালিকা প্ৰস্তুত - প্ৰাণজ্যোতি নাথ
বিনয়েৰে, JyotiPN (বাৰ্তা) ২২:৩৯, ১২ মাৰ্চ ২০২৬ (IST)
সমৰ্থন
[সম্পাদনা কৰক]- JyotiPN (বাৰ্তা) ২২:৩৯, ১২ মাৰ্চ ২০২৬ (IST)
- দিম্পল দাস (বাৰ্তা) ১২:৫২, ১৩ মাৰ্চ ২০২৬ (IST)
- Rishiraj Dutta01 (বাৰ্তা) ১৩:২৭, ১৩ মাৰ্চ ২০২৬ (IST)
- নৰুনা বৰুৱা (বাৰ্তা) ১৩:৪৩, ১৩ মাৰ্চ ২০২৬ (IST)
- Jyoti Chiring (বাৰ্তা) ১৫:২৬, ১৩ মাৰ্চ ২০২৬ (IST)
মতামত
[সম্পাদনা কৰক]- মাননীয় সদস্য নিপন নিয়ৰ শেনছোৱা ই সদ্যহতে প্ৰতিযোগিতাৰ আয়োজকৰ দায়িত্ব নলৈ কামখিনি শিকাত অধিক সময় দিব খুজিছে। সেয়ে তেখেতৰ আগ্ৰহৰ প্ৰতি সন্মান জনাই আমি দুগৰাকী আয়োজকেৰে প্ৰতিযোগিতাখন চলাই নিবলৈ মন মেলিছোঁ। সেয়ে মাননীয় সদস্য প্ৰয়াসী বৰঠাকুৰক প্ৰতিযোগিতা পৃষ্ঠাটো সাজিবলৈ আৰু মাননীয় সদস্য বাবুল বৈশ্যক নিয়মখিনি সাজিবলৈ অনুৰোধ কৰিলোঁ।JyotiPN (বাৰ্তা) ১৯:০৬, ১৩ মাৰ্চ ২০২৬ (IST)
- অসমীয়া ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথা এডিটাথন চলি আছে, যিখন ৩১ মাৰ্চ, ২০২৬ত শেষ হ'ব। সেয়েহে এই প্ৰুফৰিডাথনখন ১ এপ্ৰিল, ২০২৬ৰ পৰা অনুষ্ঠিত কৰিলে ভাল হয়; যিহেতু একেখিনি মানুহেই দুয়োটা প্ৰকল্পত অৱদান আগবঢ়ায়। Babulbaishya (বাৰ্তা) ১০:১৬, ১৪ মাৰ্চ ২০২৬ (IST)
- আমাৰ হাতত সময় একেবাৰে কম। সেয়ে মুদ্ৰণ সংশোধন প্ৰতিযোগিতাখন ১৫ মাৰ্চৰপৰাই হ'লে ভাল হ'ব। যি সকলে কৰে অলপ আগৰপৰা কৰি থাকিব পাৰিব। JyotiPN (বাৰ্তা) ১১:৩১, ১৪ মাৰ্চ ২০২৬ (IST)
- আগ্ৰহীসকলে এই লিংকত গৈ মুদ্ৰণ সংশোধন প্ৰতিযোগিতাখনৰ বিষয়ে সবিশেষ জানিব পাৰিব। Babulbaishya (বাৰ্তা) ১৬:৫৭, ১৪ মাৰ্চ ২০২৬ (IST)
বেটুপাত আপডে'ট
[সম্পাদনা কৰক]বন্ধুসকল, Wikisource Reader app ৰ লিংক দি ৱিকিউৎসৰ বেটুপাত আপডে'ট কৰা হৈছে। কিবা বিসংগতি দেখা পালে জনায় যেন। Gitartha.bordoloi (বাৰ্তা) ১৬:১৭, ২৫ মাৰ্চ ২০২৬ (IST)
ৱিকি কনফাৰেন্স ইণ্ডিয়া ২০২৬ৰ বাবে বৃত্তিৰ আবেদন মুকলি
[সম্পাদনা কৰক]সকলোলৈকে নমস্কাৰ,
ৱিকি কনফাৰেন্স ইণ্ডিয়া ২০২৬ৰ বাবে ইতিমধ্যে বৃত্তিৰ আবেদন মুকলি হৈছে। এইবাৰ এই সন্মিলনখন ২০২৬ চনৰ ৪ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈ ভাৰতৰ কোচিত অনুষ্ঠিত হ’ব।
ৱিকি কনফাৰেন্স ইণ্ডিয়াই সমগ্ৰ ভাৰতৰ লগতে, দক্ষিণ এছিয়া আৰু ইয়াৰ বাহিৰৰো ৱিকিমিডিয়ান, আয়োজক, আৰু অৱদানকাৰীসকলক একত্ৰিত কৰে। ই হৈছে সংযোগ স্থাপন, শিক্ষণ, অভিজ্ঞতাৰ ভাগ-বতৰা, আৰু মুক্ত জ্ঞান আন্দোলনক শক্তিশালী কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ এক ক্ষেত্ৰ।
যদি আপুনি ৱিকিমিডিয়া প্ৰকল্পৰ সক্ৰিয় অৱদানকাৰী বা সম্প্ৰদায়ৰ কাম-কাজৰ সৈতে জড়িত, তেন্তে আপোনাক এই বৃত্তিৰ বাবে আবেদন কৰিবলৈ উৎসাহিত কৰা হৈছে। বিতং তথ্যসমূহ *ইয়াত* পাব। 🙂
আবেদনৰ অন্তিম তাৰিখ: ১৫ এপ্ৰিল ২০২৬ ১১:৫৯ p.m. IST
আবেদনৰ লিংক: লিংক
অধিক তথ্য: লিংক
এই ঘোষণাটো আপোনালোকৰ ৱিকি পৰিয়ালৰ আন আন লোকলৈয়ো নিঃসংকোচে শ্বেয়াৰ কৰিবলৈ সাদৰেৰে অনুৰোধ জনালোঁ।
ধন্যবাদ।
ৱিকি কনফাৰেন্স ইণ্ডিয়া ২০২৬ আয়োজক দল
-Gnoeee (বাৰ্তা) ১৯:১২, ৪ এপ্ৰিল ২০২৬ (IST)
Invitation to join South Asian Community and the Annual Planning Discussions with WMF
[সম্পাদনা কৰক]"Kindly feel free to translate this text into your own language."
Dear Community member,
We would like to invite you all to the April edition of the South Asia Open Community Call that will focus on a discussion with the leadership of the Wikimedia Foundation on their Annual Plan (2026-2027).
The Foundation’s Annual Plan is a high-level roadmap for what the organisation aims to achieve in the coming year. It includes not only the foundation’s Goals, Progress, and plan but also a summary of Global Trends that impact the present and future of our movement.
This is the right time for the South Asia community to participate and share their thoughts on the Wikimedia Foundation’s annual plan, helping shape it together. Share your hopes, concerns, bold ideas, and specific requests to contribute to the Foundation’s planning.
Hence, the next South Asia Open Community Call will be hosted on the following dates/times. Please mark the same in your calendar and sign up here.
- Platform: Google Meet
- Date: 17th April, 2026
- Time: 1930-2045 IST (1400-1515 UTC)
- Registration Link: here
Note: Only those who have registered will receive the joining link.
Look forward to seeing you on the call,
Best, MediaWiki message delivery (বাৰ্তা) ০০:১১, ৬ এপ্ৰিল ২০২৬ (IST)
Request for comment (global AI policy)
[সম্পাদনা কৰক]Apologies for writing in English. অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক A request for comment is currently being held to decide on a global AI policy. ধন্যবাদ! MediaWiki message delivery (বাৰ্তা) ০৬:২৮, ২৬ এপ্ৰিল ২০২৬ (IST)
ৱিকিউৎস অনলাইন কৰ্মশালা : ক্ৰপটুল
[সম্পাদনা কৰক]প্ৰিয় ৱিকিসতীৰ্থসকল,
অহা দেওবাৰে সন্ধিয়া ৮:০০ বজাৰপৰা ৮:৩০ বজালৈ অসমীয়া ৱিকিউৎসত ক্ৰপটুলৰ ব্যৱহাৰ সম্পৰ্কীয় এখন অনলাইন কৰ্মশালাৰ আয়োজন কৰা হৈছে। শিকিবলৈ আগ্ৰহীসকলক যোগদানৰ বাবে আহ্বান জনোৱা হ'ল।
বিনয়েৰে, JyotiPN (বাৰ্তা) ১৪:০৪, ৮ মে' ২০২৬ (IST)

যোগদান
[সম্পাদনা কৰক]- JyotiPN (বাৰ্তা) ১৪:০৪, ৮ মে' ২০২৬ (IST)
- Rishiraj Dutta01 (বাৰ্তা) ১৪:৪৮, ৮ মে' ২০২৬ (IST)
- নৰুনা বৰুৱা (বাৰ্তা) ১৫:৪৪, ৮ মে' ২০২৬ (IST)
- Jyoti Chiring (বাৰ্তা)
Meeting link
[সম্পাদনা কৰক]https://meet.google.com/ejf-sjvb-pwd
Call for Applications: TTT 2026 (Deadline Extended to 20 May)
[সম্পাদনা কৰক]Apologies for writing in English. Please feel free to translate this into your language.
Hello everyone,
We hope you are doing well.
We would like to share that applications for the Train the Trainer (TTT) 2026 program are currently open. TTT is a capacity-building initiative aimed at supporting Wikimedians in developing training, facilitation, and leadership skills.
We are happy to inform you that the scholarship application deadline has been extended until 20 May 2026. We are still receiving applications and encourage interested community members, especially emerging leaders, to apply.
We also request your support in sharing this opportunity within your communities and networks, so that it can reach a wider and more diverse group of participants.
Thank you for your continued support. OKI (IIIT-H) MediaWiki message delivery (বাৰ্তা) ১৮:৩২, ১৭ মে' ২০২৬ (IST)
Pilot Project of GLAM at Jorhat College, Jorhat, Assam
[সম্পাদনা কৰক]প্ৰিয় সতীৰ্থসকল,
Pilot Project of GLAM at Jorhat College, Jorhat, Assam - এই প্ৰকল্পত কাম কৰিবলৈ আগ্ৰহীসকলে তলত স্বাক্ষৰ কৰিব।
বিনয়েৰে, JyotiPN (বাৰ্তা) ২০:৫২, ২৭ মে' ২০২৬ (IST)
স্বাক্ষৰ
[সম্পাদনা কৰক]- Rishiraj Dutta01 (বাৰ্তা) ২১:১৫, ২৭ মে' ২০২৬ (IST)
- প্ৰয়াসী বৰঠাকুৰ (বাৰ্তা) ২১:৩৫, ২৭ মে' ২০২৬ (IST)
- Jyoti Chiring (বাৰ্তা) ২২:০৪, ২৭ মে' ২০২৬ (IST)
- হানিফ আলী (বাৰ্তা) ২২:১৬, ২৭ মে' ২০২৬ (IST)
- নৰুনা বৰুৱা (বাৰ্তা) ২২:১৮, ২৭ মে' ২০২৬ (IST)
Vote now in the 2026 U4C election
[সম্পাদনা কৰক]Eligible voters are asked to participate in the 2026 Universal Code of Conduct Coordinating Committee election. More information–including an eligibility check, voting process information, candidate information, and a link to the vote–are available on Meta at the 2026 Election information page. The vote closes on 2 June 2026 at 00:00 UTC.
Please vote if your account is eligible. Results will be available by 14 June 2026. -- In cooperation with the U4C,
Keegan (WMF) (talk) ২২:৪৫, ২৭ মে' ২০২৬ (IST)
প্ৰশাসক পদৰ বাবে আবেদন
[সম্পাদনা কৰক]প্ৰিয় সতীৰ্থসকল, যোৱা এবছৰ মই অসমীয়া ৱিকিউৎসৰ প্ৰশাসক আছিলোঁ আৰু অসমীয়া ৱিকিউৎসত প্ৰায় ৬০ খনৰ অধিক কিতাপ স্থানীয়ভাৱে আপল'ড কৰি বৰঙণি আগবঢ়াইছিলোঁ। আপোনালোকে যদি অনুভৱ কৰিছে যে মই এই সময়ছোৱাত অসমীয়া ৱিকিউৎসৰ বাবে কিবা অলপ হ'লেও কাম কৰিছোঁ; তেনে তলৰ লিংকত গৈ মোক ভোট প্ৰদান কৰিব বুলি আশা কৰিলোঁ। আপোনালোকৰ কাৰো আপত্তি নাথাকিলে অহা ২ বছৰৰ বাবে মই অসমীয়া ৱিকিউৎসৰ প্ৰশাসক পদৰ বাবে আবেদন কৰিব খুজিছোঁ।
Dear colleagues, If you have no objection, I would like to apply for the position of Administrator of Assamese Wikisource for the next 2 years.JyotiPN (বাৰ্তা) ১৩:৩০, ৯ জুন ২০২৬ (IST)
সমৰ্থন
[সম্পাদনা কৰক]- নৰুনা বৰুৱা (বাৰ্তা) ১৩:৪১, ৯ জুন ২০২৬ (IST)
সমৰ্থন - হানিফ আলী (বাৰ্তা) ১৩:৪৮, ৯ জুন ২০২৬ (IST)- Rishiraj Dutta01 (বাৰ্তা) ১৪:০৪, ৯ জুন ২০২৬ (IST)
- প্ৰয়াসী বৰঠাকুৰ (বাৰ্তা) ১৬:০১, ৯ জুন ২০২৬ (IST)প্ৰয়াসী বৰঠাকুৰ
সমৰ্থন - AjayDas (বাৰ্তা) ১৭:২৮, ৯ জুন ২০২৬ (IST)
সমৰ্থন - Sameer Kalita14 (বাৰ্তা) ১৭:৫৫, ৯ জুন ২০২৬ (IST)- Jyoti Chiring (বাৰ্তা) ১৫:১৭, ১০ জুন ২০২৬ (IST)
সমৰ্থন - Kandarpajit Kallol (বাৰ্তা) ১৫:১০, ১১ জুন ২০২৬ (IST)
বিৰোধ
[সম্পাদনা কৰক]মন্তব্য
[সম্পাদনা কৰক]- অহা দুবছৰৰ বাবে অসমীয়া ৱিকিউৎসৰ প্ৰশাসক পদ লাভ কৰিছোঁ। সকলোকে আন্তৰিক ধন্যবাদ। JyotiPN (বাৰ্তা) ১৪:১৬, ১৭ জুন ২০২৬ (IST)
RFC about AI-generated content in Wikimedia Commons
[সম্পাদনা কৰক]Apologies for writing in English, please help translate this message to your language. You are invited to participate in a request for comment on Wikimedia Commons about a policy update for AI content. This may affect files that are uploaded to Wikimedia Commons for use on this project. Thank you. Codename Noreste (আলোচনা) ২২:৪২, ২৩ জুন ২০২৬ (IST)
Deployment of Legal and Safety Contacts Link in the Footer of Your Wiki
[সম্পাদনা কৰক]Legal & Safety Contacts
Hello community, the Wikimedia Foundation has provided a single legal and safety contact page, to be linked in the footer of your wiki, to ensure access to accurate legal information. This is a regulatory requirement. We have already rolled out links to English, German, Italian, Spanish and other wikis and we will deploy to your wiki soon. Please read more on the project page and leave any comments in this thread or on the talk page.
-- User:Sannita (WMF) (talk) ১৯:০০, ২৫ জুন ২০২৬ (IST)
WikiConference India 2026-ৰ বাবে Self-Funded Registration আৰু Call for Submissions এতিয়া মুকলি হৈছে বুলি আমি আনন্দেৰে জনাইছোঁ।
[সম্পাদনা কৰক]প্ৰিয় সম্প্ৰদায়ৰ সদস্যসকল, WikiConference India 2026-ৰ বাবে Self-Funded Registration আৰু Call for Submissions এতিয়া মুকলি হৈছে বুলি আমি আনন্দেৰে জনাইছোঁ। WikiConference India 2026 ২০২৬ চনৰ ৪–৬ ছেপ্টেম্বৰত কেৰালাৰ কোচিত অনুষ্ঠিত হ’ব। এই সন্মিলনে ভাৰত আৰু দক্ষিণ এছিয়াৰ বিভিন্ন প্ৰান্তৰ ৱিকিমিডিয়ান, সমাজ নেতা, ডেভেলপাৰ, গৱেষক আৰু মুক্ত জ্ঞানৰ অনুৰাগীসকলক একত্ৰিত কৰি সংযোগ স্থাপন, সহযোগিতা আৰু অভিজ্ঞতা বিনিময়ৰ সুযোগ প্ৰদান কৰিব। WCI 2026-ৰ মূল বিষয় হৈছে “Reimagining the Knowledge Commons: Community Leadership in an Evolving Wikimedia Ecosystem”। AI-ৰ উত্থান আৰু জ্ঞান সৃষ্টিৰ নতুন মডেলসমূহকে ধৰি ৱিকিমিডিয়া আন্দোলনে দ্ৰুত প্ৰযুক্তিগত পৰিৱৰ্তনৰ মাজেৰে অগ্ৰসর হৈ থকাৰ সময়ত, এই সন্মিলনৰ লক্ষ্য হৈছে সমাজ নেতৃত্ব, জ্ঞানৰ সমতা, আঞ্চলিক ভাষা, মুক্ত জ্ঞান আৰু ভাৰত তথা দক্ষিণ এছিয়াত ৱিকিমিডিয়াৰ ভৱিষ্যৎ সম্পৰ্কে আলোচনা কৰাৰ বাবে এক স্থান সৃষ্টি কৰা।
Self-Funded Registration
[সম্পাদনা কৰক]Self-Funded Registration আবেদন এতিয়া Pretix-ত মুকলি হৈছে। Registration Form: https://pretix.eu/wikimedia-events/WCI2026/ Details and Eligibility: https://meta.wikimedia.org/wiki/WikiConference_India_2026/Registration প্ৰিয় সম্প্ৰদায়ৰ সদস্যসকল, WikiConference India 2026-ৰ বাবে Self-Funded Registration আৰু Call for Submissions এতিয়া মুকলি হৈছে বুলি আমি আনন্দেৰে জনাইছোঁ। WikiConference India 2026 ২০২৬ চনৰ ৪–৬ ছেপ্টেম্বৰত কেৰালাৰ কোচিত অনুষ্ঠিত হ’ব। এই সন্মিলনে ভাৰত আৰু দক্ষিণ এছিয়াৰ বিভিন্ন প্ৰান্তৰ ৱিকিমিডিয়ান, সমাজ নেতা, ডেভেলপাৰ, গৱেষক আৰু মুক্ত জ্ঞানৰ অনুৰাগীসকলক একত্ৰিত কৰি সংযোগ স্থাপন, সহযোগিতা আৰু অভিজ্ঞতা বিনিময়ৰ সুযোগ প্ৰদান কৰিব। WCI 2026-ৰ মূল বিষয় হৈছে “Reimagining the Knowledge Commons: Community Leadership in an Evolving Wikimedia Ecosystem”। AI-ৰ উত্থান আৰু জ্ঞান সৃষ্টিৰ নতুন মডেলসমূহকে ধৰি ৱিকিমিডিয়া আন্দোলনে দ্ৰুত প্ৰযুক্তিগত পৰিৱৰ্তনৰ মাজেৰে অগ্ৰসর হৈ থকাৰ সময়ত, এই সন্মিলনৰ লক্ষ্য হৈছে সমাজ নেতৃত্ব, জ্ঞানৰ সমতা, আঞ্চলিক ভাষা, মুক্ত জ্ঞান আৰু ভাৰত তথা দক্ষিণ এছিয়াত ৱিকিমিডিয়াৰ ভৱিষ্যৎ সম্পৰ্কে আলোচনা কৰাৰ বাবে এক স্থান সৃষ্টি কৰা।
Self-Funded Registration
[সম্পাদনা কৰক]Self-Funded Registration আবেদন এতিয়া Pretix-ত মুকলি হৈছে। Registration Form: https://pretix.eu/wikimedia-events/WCI2026/ Details and Eligibility: https://meta.wikimedia.org/wiki/WikiConference_India_2026/Registration
Call for Submissions
[সম্পাদনা কৰক]Call for Submissions এতিয়া Eventyay-ত মুকলি হৈছে। আমি Workshop, Discussion, Panel, Interactive Session, Lightning Talk আৰু Poster Presentation-ৰ বাবে প্ৰস্তাৱ আহ্বান জনাইছোঁ। আপুনি অভিজ্ঞ অৱদানকাৰী হওক বা নতুন সমাজ সদস্য হওক, আপোনাৰ ধাৰণা, অভিজ্ঞতা আৰু শিক্ষণসমূহে সন্মিলনৰ কাৰ্যসূচী গঢ় দিয়াত আৰু আন্দোলনৰ গুৰুত্বপূৰ্ণ আলোচনাসমূহত অৰিহণা যোগোৱাত সহায় কৰিব পাৰে। Details and Guidelines: https://meta.wikimedia.org/wiki/WikiConference_India_2026/Programme/Submissions Submission Deadline: July 15th, 2026 WikiConference India 2026 সম্পৰ্কীয় সম্পূৰ্ণ তথ্য, যাৰ ভিতৰত অংশগ্ৰহণৰ তথ্য, সময়সীমা, সন্মিলনৰ আপডেট আৰু Submission Guidelines অন্তৰ্ভুক্ত আছে, চাবলৈ অনুগ্ৰহ কৰি আনুষ্ঠানিক ঘোষণাটো পঢ়ক। Detailed Announcement: https://diff.wikimedia.org/2026/06/26/shape-the-future-call-for-submissions-open-for-wikiconference-india-2026/ আমি সমাজৰ সদস্যসকলক নিবন্ধন কৰিবলৈ, প্ৰস্তাৱ দাখিল কৰিবলৈ আৰু এই ঘোষণাটো নিজৰ নেটৱৰ্কসমূহত ভাগ-বতৰা কৰিবলৈ উৎসাহিত কৰোঁ। শুভেচ্ছান্তে, WikiConference India 2026 Organizing Team
বাংলা ৱিকিসন্মিলন ২০২৬: ভ্ৰমণ জলপানিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে!
[সম্পাদনা কৰক]
প্ৰিয় ৱিকিমিডিয়ানসকল,
আনন্দৰে জনোৱা হৈছে যে, ৱিকিমিডিয়া বাংলাদেশৰ উদ্যোগত অহা ৩০ অক্টোবৰ - ১ নৱেম্বৰ ২০২৬ তাৰিখে বাংলাদেশত বাংলা ৱিকিসন্মিলন ২০২৬ অনুষ্ঠিত হ'ব।
এই সন্মিলনখন সফল আৰু সজীৱ কৰি তুলিবলৈ বাংলাদেশ, ভাৰত আৰু নেপালত বাস কৰা আগ্ৰহী ৱিকিমিডিয়ানৰ বাবে ভ্ৰমণ জলপানিৰ ব্যৱস্থা কৰা হৈছে। এই জলপানিৰ ভিতৰত ভ্ৰমণ খৰচ আৰু সন্মিলনত থকা-খোৱাৰ ব্যৱস্থা কৰা হ’ব। সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী সকলোৱেই ইয়াৰ বাবে আবেদন কৰিব লাগিব আৰু জলপানি লাভ কৰিলেহে সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগ পাব।
জলপানিৰ বাবে প্ৰাথমিক অৰ্হতা
[সম্পাদনা কৰক]তলত উল্লেখ কৰা চৰ্তাৱলী পূৰণ কৰিব নোৱাৰিলে আবেদন পোনচাটেই নাকচ কৰা হ’ব:
- ৱিকিমিডিয়া একাউণ্ট কমেও ছয়মাহৰ পুৰণি হ'ব লাগিব (অৰ্থাৎ ১৯ ডিচেম্বৰ ২০২৫ বা তাৰ পূৰ্বে সৃষ্টি কৰা হ'ব লাগিব)।
- আবেদনকাৰীৰ গোলকীয় সম্পাদনা সংখ্যা অতি কমেও ২৫০ অতিক্ৰম কৰিব লাগিব।
- আবেদনৰ সময়ত আবেদনকাৰীৰ একাউণ্ট কোনো বঙালী প্ৰকল্পত অৱৰুদ্ধ হৈ থাকিব নালাগিব।
জলপানিৰ বাবে আবেদন কিদৰে কৰিব?
[সম্পাদনা কৰক]জলপানিৰ বাবে আপুনি নিৰ্দিষ্ট ফৰ্মখন পূৰাব লাগিব। ইয়াৰ বাবে আপোনাক ৩০ৰ পৰা ৪০ মিনিটৰ প্ৰয়োজন হ’ব। আবেদনত দাখিল কৰা তথ্যৰ ভিত্তিত জলপানি নিৰ্বাচন উপ-সমিতিৰ দ্বাৰা আপোনাৰ যোগ্যতা বিচাৰ কৰা হ’ব। ফৰ্ম পূৰণ আৰু আবেদন প্ৰক্ৰিয়াৰ বিষয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি জলপানি সম্পৰ্কীয় পৃষ্ঠাখন পঢ়ি চাওক।
গুৰুত্বপূৰ্ণ সময়সূচী
[সম্পাদনা কৰক]- আবেদন আৰম্ভ: ১৯ জুন, ২০২৬ (বাংলাদেশ সময়)
- আবেদনৰ অন্তিম তাৰিখ: ১৯ জুলাই, ২০২৬ (বাংলাদেশ সময়)
নিৰ্ধাৰিত সময়সীমাৰ পিছত কোনো আবেদন গ্ৰহণ কৰা নহ'ব। সেয়েহে শেষ মুহূৰ্তৰ জটিলতা পৰিহাৰ কৰিবলৈ চূড়ান্ত সময়সীমাৰ দুই-এদিন আগতেই প্ৰপত্ৰ জমা দিয়াৰহে পৰামৰ্শ দিওঁ।
জলপানি সম্পৰ্কে অধিক জানিবলৈ যিকোনো প্ৰশ্ন বা পৰামৰ্শৰ বাবে নিৰ্দ্বিধায় আমাৰ সৈতে আলাপ পৃষ্ঠাত অথবা bnwikiconference@wikimedia.org.bd ঠিকনালৈ ইমেইল কৰি যোগাযোগ কৰিব পাৰে।
শুভেচ্ছাৰে,
জলপানি নিৰ্বাচন উপ-সমিতিৰ হৈ,
≈ MS Sakib 📩 ·📝 ০৫:১৫, ৬ জুলাই ২০২৬ (IST)
Request for comment (the future of Abstract Wikipedia)
[সম্পাদনা কৰক]Apologies if this has not yet been translated into your wiki's language. অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক You are invited to voice your opinions in a request for comment about the future of Abstract Wikipedia. ধন্যবাদ! Kowal2701 (talk) ১৭:৫৫, ২৪ জুলাই ২০২৬ (IST)
Invitation to Participate in Kerala Culture Month 2026
[সম্পাদনা কৰক]Dear Wikimedia Contributors,
We are excited to announce Kerala Culture Month 2026, a collaborative campaign launched in conjunction with WikiConference India 2026. This initiative aims to expand and enhance content about Kerala across all Wikimedia projects, creating a comprehensive, open-access knowledge base.
Campaign Focus:
- Expand Wikipedia articles about Kerala in multiple languages
- Improve content quality with citations, images, and comprehensive information
- Populate Wikimedia Commons with freely licensed Kerala media
- Enrich Wikidata with structured information about Kerala-related topics
We invite you to contribute by writing new articles, enhancing existing ones, uploading media, or organizing data on Wikidata. Whether you're an experienced editor or new to Wikimedia, your participation matters.
For more information and to get involved, visit the campaign page: https://meta.wikimedia.org/wiki/Kerala_Culture_Month_2026 on your preferred Wikimedia project.
Best regards, Communications Team, WCI 2026
Shadabgdg (বাৰ্তা) ২১:২৪, ২৫ জুলাই ২০২৬ (IST)
Migration to Parsoid
[সম্পাদনা কৰক]Hello everyone! I am glad to inform you that as the next step in the Parser Unification project, Parsoid will soon be turned on as the default article renderer on your wiki. We are gradually increasing the number of wikis using Parsoid, with the intention of making it the default wikitext parser for MediaWiki's next long-term support release. This will make our wikis more reliable and consistent for editors, readers, and tools to use, as well as making the development of future wikitext features easier.
If this disrupts your workflow, don’t worry! You can still opt out through a user preference or turn Parsoid off on the current page using the Tools submenu, as described in the Extension:ParserMigration documentation.
There is more information about our roll-out strategy available, including the testing done before we turn on Parsoid for a new wiki.
To report bugs and issues, please look at our known issues documentation and if you found a new bug please create a phab ticket and tag the Content Transform Team in Phabricator.
Content Transform Team ২২:০১, ৩ আগষ্ট ২০২৬ (IST)
Invitation to pre-conference activities for WikiConference India 2026
[সম্পাদনা কৰক]Dear Wikimedia contributors,
As the Wikiconference India 2026 draws nearer, the excitement is soaring as well! We are sending this message to inform you that two pre-conference activities are being held as a part of this meetup. The Wiki Loves Villages campaign 2026 starts on 15th August 2026, so get ready to contribute! This initiative aims to expand and enhance content and media about villages across all Wikimedia projects, creating a comprehensive, open-access knowledge base. Campaign Focus: A. Expand Wikipedia articles about Villages in India in multiple languages B. Improve content quality with citations, images, and comprehensive information C. Populate Wikimedia Commons with freely licensed media about a village D. Enrich Wikidata with structured information about Village-related topics We invite you to contribute by writing new articles, enhancing existing ones, uploading media, or organizing data on Wikidata. Whether you're an experienced editor or new to Wikimedia, your participation matters. For more information and to get involved, visit the campaign page ([১](https://meta.wikimedia.org/wiki/Wiki_Loves_Village_2026)) on your preferred Wikimedia project.
Another way to contribute to a pre-conference activity is the innovative Wiki Loves Medicinal Plants 2026- it is a photography campaign hosted by WikiConference India 2026. The activity already started on 1st August and ends on 31st August 2026, so gear up to document local medicinal knowledge and fill the knowledge gaps. This initiative aims to expand and enhance freely licensed images and other media of medicinal plants in and around our surroundings. Campaign Focus: A. Add freely licensed images of medicinal plants. B. Improve description of existing medicinal plants. C. Improve depictions of images. D. Improve wikidata items. We invite you to contribute by adding new photos, videos or enhancing existing ones. Whether you're an experienced editor or new to Wikimedia, your participation matters. To know more about how to contribute, rules, and tips head to the Meta page to find information ([২](https://commons.wikimedia.org/wiki/Commons:Wiki_Loves_Medicinal_Plants)) on your preferred Wikimedia project.
Best regards,
WikiConference India 2026 pre-conference organizing team
মহাত্মা গান্ধী এডিটাথন, ২০২৬
[সম্পাদনা কৰক]সন্মানীয় সদস্যসকল,
জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে বিগত বছৰবোৰৰ দৰে ওড়িয়া ৱিকিমিডিয়াৰ সহযোগত এইবছৰো মহাত্মা গান্ধী এডিট-আ-থন, ২০২৬ আয়োজন কৰা হৈছে। এই সম্পাদনামেলাখন কালিলৈ অৰ্থাৎ ২ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ চলিব। আশা কৰোঁ সকলোৱে এই সম্পাদনামেলালৈ অৱদান আগবঢ়াই ইয়াক সফল কৰি তুলিব।
অংশগ্ৰহণ কৰিবৰ বাবে এই লিংকত ক্লিক কৰক।
বিনয়েৰে,
প্ৰশাসকৰ কাৰ্যকাল সম্প্ৰসাৰণৰ বাবে আবেদন
[সম্পাদনা কৰক]নমস্কাৰ, মোৰ অসমীয়া ৱিকিউৎসৰ প্ৰশাসকৰ এবছৰীয়া কাৰ্যকালৰ অন্ত পৰিবৰ হৈছে। সেয়েহে পৰৱৰ্তী দুই বছৰৰ বাবে পুনঃ সাধাৰণ প্ৰশাসক পদৰ বাবে আবেদন কৰিব বিচাৰিছো। যদি উক্ত পদৰ বাবে মোক যোগ্য বুলি বিবেচনা কৰে, তেন্তে তলৰ নিৰ্দিষ্ট স্থানত চাৰিডাল টাইল্ডেৰে আপোনাৰ স্বাক্ষৰ প্ৰদান কৰিবলৈ অনুৰোধ জনালো।
Hello, my one-year term as an administrator of Assamese Wikisource is coming to an end. Therefore, I would like to apply for General Administrator again for the next two years. If you consider me eligible for the position, please show your support to me by signing in the space provided below.
সমৰ্থন
[সম্পাদনা কৰক]
দৃঢ় সমৰ্থন -𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) ২১:০১, ৩ অক্টোবৰ ২০২৬ (IST)
দৃঢ় সমৰ্থন -Nayan j Nath (বাৰ্তা) ২১:০৪, ৩ অক্টোবৰ ২০২৬ (IST)
দৃঢ় সমৰ্থন-AjayDas (বাৰ্তা) ২১:৩০, ৩ অক্টোবৰ ২০২৬ (IST)
দৃঢ় সমৰ্থন- দিম্পল দাস (বাৰ্তা) ২১:৪৩, ৩ অক্টোবৰ ২০২৬ (IST)
দৃঢ় সমৰ্থন- BhuyanBhaskar (বাৰ্তা) ২১:৪৫, ৩ অক্টোবৰ ২০২৬ (IST)
দৃঢ় সমৰ্থন-পৱন বৰ্মন (বাৰ্তা) ২১:৪৬, ৩ অক্টোবৰ ২০২৬ (IST)
দৃঢ় সমৰ্থন Rumi Borah~aswiki (বাৰ্তা) ২২:০৬, ৩ অক্টোবৰ ২০২৬ (IST)
দৃঢ় সমৰ্থন - অনামিকা কথা-বতৰা ২২:১৮, ৩ অক্টোবৰ ২০২৬ (IST)
দৃঢ় সমৰ্থন - Dipankar Das (বাৰ্তা) ২২:৫৩, ৩ অক্টোবৰ ২০২৬ (IST)
দৃঢ় সমৰ্থন--Pranamikaadhikary (বাৰ্তা) ২৩:৫১, ৩ অক্টোবৰ ২০২৬ (IST)
সমৰ্থন - JyotiPN (বাৰ্তা) ০০:১৮, ৪ অক্টোবৰ ২০২৬ (IST)
সমৰ্থন - Kandarpajit Kallol (বাৰ্তা) ০১:০০, ৪ অক্টোবৰ ২০২৬ (IST)
সমৰ্থন- কুমুদ ঘোষ (বাৰ্তা) ২২:৩৮, ৪ অক্টোবৰ ২০২৬ (IST)
সমৰ্থন-নৰুনা বৰুৱা (বাৰ্তা) ১৫:৪৫, ৭ অক্টোবৰ ২০২৬ (IST)- Rishiraj Dutta01 (বাৰ্তা) ২০:৪১, ৭ অক্টোবৰ ২০২৬ (IST)
- Jyoti Chiring (বাৰ্তা) ২২:০০, ১০ অক্টোবৰ ২০২৬ (IST)
বিৰোধিতা
[সম্পাদনা কৰক]
মতামত
[সম্পাদনা কৰক]যোৱা ছমাহে আপোনাক অসমীয়া ৱিকিউৎসৰ লগতে বঙালী ৱিকিউৎসতো সক্ৰিয়তাৰে কাম কৰি থকা দেখিছোঁ। ২০১৯ চনতে আমি একেলগে গুৱাহাটীত ৱিকিউৎস কৰ্মশালা কৰি অহাৰ পাছতো আপুনি ২০২৫ চনলৈকে অসমীয়া ৱিকিউৎসত বিশেষ সময় নিদিয়া দেখি হতাশ হৈছিলোঁ যদিও যোৱা এবছৰৰ সক্ৰিয়তাৰে আপুনি আমাক বহুখিনি আগবঢ়াই লৈ গ'ল। বঙালী ৱিকিউৎসত কাম কৰাৰ অভিজ্ঞতাৰে আপুনি নিশ্চয় বুজি উঠিছে, আমি তেওঁলোকতকৈ ব্যৱহাৰিক দিশত বহুখিনি পিছ পৰি আছোঁ। বিশেষকৈ বহু সাঁচ আমাৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই, বহুবোৰ সাঁচৰ বাবে আমি সহায় লৈছোঁ আৰু অকলে কাম কৰি থকাৰ সময়ত সন্মানীয় তামিল ৱিকিমিডিয়ান জে বালাজী, বঙালী ৱিকিউৎসৰ প্ৰশাসক বোধিস্বত্ত্ব, পোলেণ্ডৰ ৱিকিমিডিয়ান ড্ৰেক'ই আমাক বিভিন্ন ক্ষেত্ৰত সহায় কৰি আহিছে। নতুন ৱিকিমিডিয়ান দুই-এগৰাকীক আপুনি কামত বাধা দিয়াও মই মাজতে লক্ষ্য কৰিছোঁ। কিন্তু মই ভাবোঁ, অসমীয়া ৱিকিউৎসত নিয়মিত দুই-তিনিজন ৱিকিমিডিয়ানে হে কাম কৰিছে, সেয়ে নতুন সকলক কাম কৰিবলৈ উৎসাহিত কৰাৰ লগতে পুৰণি সকলোকো এই কামটোৰ বাবে উৎসাহিত কৰা আৰু আমাৰ সাঁচসমূহ উন্নত কৰা, ফেব্ৰিকেটৰত প্ৰস্তাৱ লিখা, বঙালী ৱিকিউৎসৰ দৰে এখন কিতাপৰ প্ৰতিটো অধ্যায়ৰে ৱিকিডাটা তৈয়াৰ কৰা, নতুন ৱিকি শিকাৰুৰ বাবে শিকন আৰু শিক্ষণৰ ব্যৱস্থা কৰা আদি কামসমূহতো অধিক সক্ৰিয়তাৰে আপুনি ভাগ ল'ব আৰু আপুনি প্ৰশাসক হৈ থকা সময়ছোৱাতে এই কামসমূহ খৰতকীয়াকৈ হ'ব বুলি মই আশাবাদী। শেষত নৰ্মাল স্কুল ডিজিটাইজেচন প্ৰকল্পত আপুনি আন্তৰিকতাৰে অংশ লোৱা আৰু কামসমূহ আগবঢ়াই নিয়াত সহায় কৰাৰ বাবে আপোনাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। আপুনি সহায় কৰাৰ কাৰণে ৱিকিডাটাৰ কামখিনি মই চিন্তা নকৰাকৈ হৈ গ'ল। আন্তৰিক ধন্যবাদ আৰু শুভকামনা। JyotiPN (বাৰ্তা)
মুদ্ৰণ সংশোধন প্ৰতিযোগিতা ২০২৬
[সম্পাদনা কৰক]নমস্কাৰ সতীৰ্থসকল,
ৱিকিউৎসত মুদ্ৰণ সংশোধন কাৰ্যকলাপক অধিক সক্ৰিয় আৰু অংশগ্ৰহণমূলক কৰি তোলাৰ উদ্দেশ্যে ১৫ অক্টোবৰ ২০২৬ৰ পৰা ৩০ অক্টোবৰ, ২০২৬ লৈ ১৫ দিনীয়া ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতা ২০২৬ আয়োজন কৰাৰ বাবে মই নৰুনা বৰুৱা আৰু Jyoti Chiring বাইদেউৱে প্ৰস্তাৱ আগবঢ়াব বিচাৰিছোঁ। এই প্ৰতিযোগিতাৰ জৰিয়তে ৱিকিউৎসত থকা অসমীয়া গ্ৰন্থসমূহৰ মুদ্ৰণ সংশোধনৰ কাম আগবঢ়োৱাৰ লগতে সদস্যসকলক ৱিকিউৎসৰ কামত অধিক উৎসাহিত কৰাৰ লক্ষ্য ৰখা হৈছে।
এই প্ৰস্তাৱ সন্দৰ্ভত আপোনালোকৰ পৰা মূল্যবান মতামত, পৰামৰ্শ আৰু সহযোগিতা আন্তৰিকভাৱে আশা কৰিলোঁ।
ধন্যবাদসহ,
নৰুনা বৰুৱা (বাৰ্তা) ১৭:৪১, ৭ অক্টোবৰ ২০২৬ (IST)
সমৰ্থন
[সম্পাদনা কৰক]
সমৰ্থন — Kandarpajit Kallol (বাৰ্তা) ১৮:০৩, ৭ অক্টোবৰ ২০২৬ (IST)
সমৰ্থন — JyotiPN (বাৰ্তা) ১৮:০৬, ৭ অক্টোবৰ ২০২৬ (IST)
সমৰ্থন - Sameer Kalita14 (বাৰ্তা) ১৮:৩১, ৭ অক্টোবৰ ২০২৬ (IST)
সমৰ্থন - দিম্পল দাস (বাৰ্তা) ২০:১৬, ৭ অক্টোবৰ ২০২৬ (IST)
সমৰ্থন- প্ৰয়াসী বৰঠাকুৰ (বাৰ্তা) ২০:৫৩, ৭ অক্টোবৰ ২০২৬ (IST)
সমৰ্থন — Dipankar Das (বাৰ্তা) ২১:৪৯, ৭ অক্টোবৰ ২০২৬ (IST)- Jyoti Chiring (বাৰ্তা) ০৯:১২, ৯ অক্টোবৰ ২০২৬ (IST)
সমৰ্থন- Rumi Borah~aswiki (বাৰ্তা) ১০:৫৯, ৯ অক্টোবৰ ২০২৬ (IST)
মই আৰু জ্যোতি চিৰিং বাইদেৱে প্ৰতিযোগতাখনি সুচাৰুৰূপে তথা সফলতাৰে পৰিচালনা কৰাৰ মানসেৰে এটি মাইক্ৰ’ফাণ্ডৰ বাবে যুটীয়াভাৱে ৱিকিমিডিয়া ফাউণ্ডেচনলৈ আবেদন কৰিছিলোঁ। আমি জনাবলৈ পাই সুখী যে আমাৰ আবেদনখনে ফাউণ্ডেচনৰ তৰফৰপৰা অনুমোদন লাভ কৰিছে। সেই অনুসৰি, আমি ২০২৬ চনৰ ১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ অসমীয়া ৱিকিউৎসত এখন ৱিকিউৎস মুদ্ৰণ সংশোধন মেলা আয়োজন কৰিবলৈ পৰিকল্পনা কৰিছোঁ।
এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে অসমীয়া ৱিকিউৎসৰ গ্ৰন্থসমূহৰ মুদ্ৰণ সংশোধন আৰু গুণগত মান উন্নত কৰাৰ লগতে অসমীয়া ভাষাৰ কিতাপসমূহ ডিজিটেল মাধ্যমত সংৰক্ষণ আৰু সমৃদ্ধ কৰা। ইয়াৰ উপৰি, নতুন আৰু পুৰণি অৱদানকাৰীসকলক অসমীয়া ৱিকিউৎসৰ কাম-কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাও আমাৰ অন্যতম লক্ষ্য। অহা ১৫ অক্টোবৰৰপৰা ৩০ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতা, নৱেম্বৰ, ২০২৬ খনি উৎসৱৰ দিন তথা শাৰদীয় দূৰ্গাপূজা উপলক্ষে সকলো সদস্যৰে সুবিধা হোৱাকৈ পলমকৈ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বৰ সিদ্ধান্ত মৰ্মে ১৫ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ অনুষ্ঠিত কৰিবলৈ লোৱা প্ৰতিযোগিতাখন ১ নভেম্বৰ, ২০২৬ ৰ পৰা ১৫ নভেম্বৰ ২০২৬ লৈ অনুষ্ঠিত হ'ব। উক্ত প্ৰতিযোগিতাখনিৰ বিচাৰক হিচাপে হিচাপে বাবুল বৈশ্য আৰু প্ৰাণজ্যোতি নাথক প্ৰতিযোগিতাখনৰ বিচাৰৰ দায়িত্ব লবলৈ আমি আয়োজকদ্বয়ে প্ৰস্তাৱ আগবঢ়াইছো।
মন্তব্য
[সম্পাদনা কৰক]- কাৰো আপত্তি নাথাকিলে বিচাৰকৰ দায়িত্ব ল'ব পাৰো। BabulB (বাৰ্তা) ২১:৩৩, ৯ অক্টোবৰ ২০২৬ (IST)
- আন্তৰিক শুভকামনা যাচিলোঁ। মই বিচাৰক ৰূপে মোৰ স্থানত হানিফ আলীৰ নাম প্ৰস্তাৱ কৰিলোঁ। ব্যস্ততাৰ বাবে তেওঁ ৱিকিউৎসত বেছি সময় দিয়া নাই যদিও তেওঁ এগৰাকী পুৰণি, অভিজ্ঞ আৰু অত্যন্ত কৌশলী ৱিকিচৰ্চাৰ। আজি বহুবছৰ জুৰি তেওঁ অসমীয়া ৱিকিউৎসৰে জড়িত হৈ আছে আৰু জটিল সম্পাদনাসমূহ কৰাত আগভাগ লৈছে। সেয়ে মই মাননীয় আয়োজকদ্বয়ক দ্বিতীয়গৰাকী জুৰী ৰূপে হানিফক মনোনীত কৰিবলৈ অনুৰোধ জনালোঁ। JyotiPN (বাৰ্তা) ০০:১০, ১০ অক্টোবৰ ২০২৬ (IST)
- মই প্ৰাণনাথ জ্যোতি বাইদেউৰ প্ৰস্তাৱত সন্মতি জনাইছোঁ। হানিফ আলী (বাৰ্তা) ১২:৩৩, ১০ অক্টোবৰ ২০২৬ (IST)
ডিজিটাইজেচন আৰু অসমীয়া ৱিকিউৎস কৰ্মশালা, অক্টোবৰ, ২০২৬
[সম্পাদনা কৰক]কালিলৈ ১৪ অক্টোবৰ তাৰিখে যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ আলোচনা গৃহত বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ আৰু অসমীয়া ৱিকিমিডিয়া সমাজৰ উদ্যোগত ডিজিটাইজেচন আৰু অসমীয়া ৱিকিউৎস কৰ্মশালা, অক্টোবৰ, ২০২৬ শীৰ্ষক এখনি কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালাখনিত অসমীয়া ৱিকিউৎসৰ সেচ্ছাসেৱক প্ৰাণজ্যোতি নাথৰ লগতে প্ৰয়াসী বৰঠাকুৰ, সমীৰ কলিতা আৰু ঋষিৰাজ দত্ত উপস্থিত থাকিব। ইচ্ছুক ন-পুৰণি ৱিকিমিডিয়ানক পুৱা ৯ বাজি ৩০ মিনিটৰপৰা আৰম্ভ হ’ব লগা কৰ্মশালাখনিত উপস্থিত থাকি সহযোগ আগবঢ়াবলৈ আমন্ত্ৰণ জনোৱা হ'ল।
বিনয়েৰে, JyotiPN (বাৰ্তা) ১৮:২৯, ১৩ অক্টোবৰ ২০২৬ (IST)